


মোৰ ৱেবছাইটলৈ অহাৰ বাবে আপোনাক শলাগ জনাইছোঁ। মই বৰ্ত্তমানে ফ্লৰিডা বিশ্ববিদ্য়ালয়ত ভাষাতত্বৰ গৱেষক ছাত্ৰ। মোৰ বিশেষ আগ্ৰহ আছে উত্তৰ-পূৰ্বান্চলৰ
সুৰযুক্ত ভাষাসমূহৰ ধ্বণিবিজ্ঞান আৰু ধ্বণিতত্বত। এই ৱেবছাইটটোৰ ৰিছৰ্ছ বিভাগত মই কৰা কামৰ কিছুমান নমুনা আছে।
স্পেনিছ ভাষাত জাপানী ভাষাত কোৰিয়ান ভাষাত চীনা ভাষাত